
Library
Department of Zoology has good library resources about 1300 books consisting of reference and text books for the students and Journals having a total of 250. National and International Conference proceedings, Project/Dissertation report of M.Sc students. Department offers offline facilities for study the books along with a computer arrangement. Library is open in all working hours for students and faculty members. Every semesters students can borrow the books from the library twice in a week and can kept the books for 15 days.
কটন বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ পুথিভঁৰালটো অতিকৈ সমৃদ্ধ। ২৫০ খন জাৰ্নেলৰ লগতে ছাত্র-ছাত্ৰীৰ বাবে পাঠ্যপুথি, সহায়ক পুথিসহ মুঠ ১৩০০ খন পুথি ইয়াতে উপলব্ধ। তাৰ উপৰিও পিএইচডি ৰ গৱেষণা গ্ৰন্থ, স্নাতোকোত্তৰ শ্ৰেণীৰ প্ৰকল্প গ্ৰন্থ, ৰাষ্ট্ৰীয় আৰু আন্তর্জাতিক পৰ্য্যায়ৰ গৱেষণা পত্ৰসমূহো ইয়াত ছাত্র-ছাত্ৰীৰ সুবিধা হোৱাকৈ সুন্দৰভাৱে ৰখা হৈছে।